অমাৰ্জিতঅমাৰ্জ্জিত

অমাৰ্জিতভাবে কৌতুকপূৰ্ণ (Assamese) [ Roman: o.mar.jit.bha.be kou.tuk.pur.no]
Contributed by: Partha P Sarmah on 2011-03-05
1. (Abstract Noun) crudely humorous-type of humour you get from when you see people hitting each other,falling or something of that type which creates disturbance to the people involved. আনৰ অসুবিধাৰ পৰা পোৱা ৰস, কৌতুক৷যেনেঃ কোনোবা পিছল খাই পৰিল বা কোনোবাই কাৰোবাক পিতিলে, তেনে কাৰ্যৰ পৰা পোৱা ৰস৷